Learn Assamese Through English in 30 days
By Krishna Gopal Vikal

- Release Date: 2016-07-20
- Genre: Education
Description
30 দিনত ইংৰাজী শিকক আপুনি দেশৰ য’লৈকে নাযাওক, যদি আপুনি ইংৰাজী জানে, আপোনাৰ কথাবোৰ আনে বুজিব পাৰিব আৰু আনৰ কথাবোৰ আপুনি বুজিব পাৰিব। ইংৰাজী ভাষাৰ প্ৰখ্যাত বিশেষজ্ঞ সকলে লিখা এই কিতাপখনৰ সাহায্যত অসমীয়া জনা সাধাৰণ মানুহেও ইংৰাজী লিখিবলৈ, পঢ়িবলৈ আৰু ক’বলৈ শিকি আজিৰ সমাজত নিজৰ কাৰণে এডোখৰ গুৰুত্বপূৰ্ণ স্থান সুদৃহ কৰিব পাৰে। জনসাধাৰণৰ কাৰণে সহজ আৰু সৰল ভাষাত এইখন অতি উপযোগী কিতাপ।